মই হৃষী, নতুন যোগৰ চিন্তাৰে কাম কৰি গৈ আছো। মই ভাবো যে জীৱনত আগুৱাই গৈ থকা তো মানুহৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ, আৰু প্ৰচেষ্টা অব্যাহত ৰখাটো অত্যন্ত জৰুৰী। সময় পালে এই ব্লগটো লিখো, মোৰ বিশ্বাস যাতে এই ব্লগটোৰ পৰা অসমৰ ছাত্ৰ - ছাত্ৰীসকল জ্ঞানৰ দিশত উপকৃত হব। মই চচিয়েল মেডিয়া ব্যবহাৰ নকৰো l Email : Rishigohain.destiny@gmail.com